top of page

About 

হৰিৎকণা ' - হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ বাবে বিজ্ঞান আৰু অৰ্থনীতি বিষয়ক এখন সংবাদ পত্ৰিকা ৷ ২০১৬ চনৰ ১৩ মাৰ্চত এই যাত্ৰা আৰম্ভ কৰাৰ পৰা অসমৰ বিভিন্ন জিলাৰ বহুটো বিদ্যালয়ত পত্ৰিকা খনৰ মুদ্ৰিত কপি বিতৰণ কৰা হৈছে ৷ আমাৰ মুদ্ৰিত কপি সমূহ দুই পৃষ্ঠাৰ , য’ত পাঁচৰ পৰা ছয়টা সংবাদ / লিখনি প্ৰকাশ কৰা হয় । বৰ্তমান ৱেবছাইট যোগে প্ৰকাশ কৰি থকা হৈছে ।

আমাৰ লক্ষ্য আৰু উদ্দেশ্য 

১) অসমীয়া ভাষাৰ মাধ্যমেৰে বিজ্ঞান আৰু অৰ্থনীতিক জনপ্ৰিয় কৰা ৷
২) বিজ্ঞান আৰু অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ তথ্য, আমোদজনক পৰিঘটনা , সংবাদ আদি সমূহ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা সমাজৰ সকলো স্তৰৰ মানুহৰ মাজলৈ লৈ যোৱা ৷
৩) আমাৰ পত্ৰিকা খনৰ জৰিয়তে পঢ়ুৱৈয়ে কম সময়তে যাতে বিষয়টোৰ ওপৰত এটা চমু আভাস লৈ পৰৱৰ্তী অধ্যয়নৰ বাবে উৎসুকতা বৃদ্ধি পায় সেইয়া আমাৰ উদ্দেশ্য ।
৪) অসমীয়া ভাষাত বিজ্ঞান আৰু অৰ্থনীতিৰ সাহিত্যৰ পৰিসৰ বৃদ্ধি কৰা তথা অনলাইনত ইয়াক ভৱিষ্যত প্ৰজন্মৰ বাবে উপলব্ধ কৰি ৰখা ৷

 HARITKONA is a newsletter on science and economics for school students and general people.  We started our journey on 13th March, 2016. In last few years, we distributed lots of printed copies ( Which carry two pages with 6-7 short and interesting news/article/facts) of our newsletter in various schools of Assam. Now our newsletter is available in website.

 

OUR AIMS AND OBJECTIVES 

1. Popularize science and economics through Assamese language.
2. To take important information's, news and interesting facts of science and economics to the students of school and all the people of society.
3. Our aim is to increase the interest of the reader for further studies by taking an idea on the subject through our newsletter.
4. To increase the range of literature on science and economics in Assamese language and to make it available online for future generation.

bottom of page